ABC Skill Development Council is a cutting-edge computer institute that empowers individuals with the skills and knowledge needed to excel in today's digital world. With a commitment to excellence, we offer a comprehensive range of courses designed to meet the diverse needs of our students.
Our institute is equipped with state-of-the-art facilities and a team of experienced instructors who are experts in their respective fields. Whether you are a beginner looking to learn the basics of computer science or an experienced professional seeking advanced training, we have a program tailored just for you.
At ABC Skill Development Council, we prioritize hands-on learning, ensuring that our students gain practical experience that is immediately applicable in real-world scenarios. Our courses cover a wide spectrum of topics, including programming languages, web development, data science, cybersecurity, and more.
We take pride in our commitment to fostering a supportive and collaborative learning environment. Our students benefit from personalized attention, mentorship, an... >> Read More
Our mission is providing every student with a platform to improve his / her skills and make in the computer educated world.
Our Vision is to promote computer education and other skills to any people of our society at low cost.
GOVT. RECOGNIZED COURSES AVAILABLE.
Get Franchise with our online process within a minute
Happy People opinion
নমস্কাৰ । মই ABC SKILL ৰ 2023-24 বৰ্ষৰ ছাত্ৰী। বৰ্তমান কম্পিউটাৰৰ যুগ। কম্পিউটাৰ অবিহনে বৰ্তমান শিক্ষা জীৱন আধৰুৱা যেন অনুভৱ হয়। এই ক্ষেত্ৰত ABC SKILL DEVELOPMENT COUNCIL এ আমাৰ দৰে দুখীয়া শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে কম্পিউটাৰ শিক্ষাৰ ওপৰত গুৰুত্ব আৰোপ কৰি কোনোধৰণৰ নামভৰ্তি মাচুল নোলোৱাকৈ ছয়মহীয়া আৰু এবছৰীয়া কোৰ্চত সমানে তিনিমাহ আৰু ছয়মাহৰ মাহিলী মাচুল সম্পূৰ্ণ ৰেহাই দি অতি কম খৰচত আমাক প্ৰশিক্ষণ গ্ৰহণৰ সুবিধা প্ৰদান কৰি আহিছে। এই পদক্ষেপৰ বাবে এই অনুষ্ঠানৰ অধ্যক্ষ (Chairman) শ্ৰীযুত তৰুণ চন্দ্ৰ শইকীয়া চাৰক বহুত বহুত ধন্যবাদ। আমি আশাবাদী, ভোগপুৰস্থিত এই অনুষ্ঠানটিয়ে অনাগত দিনত শিক্ষাৰ ক্ষেত্ৰত এক নতুন দিগন্তৰ সূচনা কৰিব। ধন্যবাদ ।।
নমস্কাৰ । মই ABC SKILL ৰ 2023-24 বৰ্ষৰ ছাত্ৰী। বৰ্তমান প্ৰতিটো দিশত কম্পিউটাৰ শিক্ষাৰ প্ৰয়োজনীয়াৰ প্ৰতি লক্ষ্য ৰাখি ABC SKILL DEVELOPMENT COUNCIL এ আমাৰ দৰে দুখীয়া শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে কোনোধৰণৰ নামভৰ্তি মাচুল নোলোৱাকৈ অতি কম খৰচত প্ৰশিক্ষণ গ্ৰহণৰ সুবিধা প্ৰদান কৰি আহিছে । ইয়াত আমি অতি বন্ধুসুলভ ভাৱে কোৰ্চত সন্নিবিষ্ট প্ৰতিটো প্ৰয়োজনীয় বিষয়বস্তু শিকিবলৈ সুবিধা পাইছো। আমি আশাবাদী, ভোগপুৰস্থিত এই অনুষ্ঠানটিয়ে এই অঞ্চলৰ লগতে সমগ্ৰ অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ বাবে অনাগত দিনত শিক্ষাৰ ক্ষেত্ৰত এক নতুন দিগন্তৰ সূচনা কৰক- এই আশাৰে অনুষ্ঠানটিৰ দীৰ্ঘায়ু কামনা কৰিছো। । ধন্যবাদ ।।
First, I would like to extend my sincere congratulations and best wishes to the ABC Skills Development Council. Computer education is very much needed today and you have realized this need and really appreciated that education is being provided according to the convenience of the students. I hope, your efforts will be successful and A B C skill Development counsil will be introduced to the students of Assam and India and I wish ABC Skill Development Council to become the number 1 institution in India. thank you ..
Myself Bristirani Borah, a student of ABC SKILL DEVELOPMENT COUNCIL wants to pay gratitude to this institute for providing us with quality education regarding the field of computer, I am thankful towards the Chairman of ABC Skill Development Council for initiating this step in Bhogpur Chariali and helping lots of young youths to learn computers at a very affordable price. I also pay gratitude to our teaching staffs for teaching us in a very easy manner. This institution provides all the possible courses on computer application. I hope, this institution glorify itself in the upcoming years. Best wishes to the team.
নমস্কাৰ । মই ভোগপুৰস্থিত ABC SKILL DEVELOPMENT COUNCIL ৰ ২০২৩-২৪ বৰ্ষৰ এগৰাকী ছাত্ৰী। বৰ্তমান একবিংশ শতিকাত বিজ্ঞানৰ এটি চমক্পদ আবিষ্কাৰ হৈছে কম্পিউটাৰ, যাৰ জৰিয়তে মানুহৰ মগজুৰ অধিকাংশ কাম সাধিত কৰিব পাৰি। মানৱ জীৱনৰ প্ৰত্যেক ক্ষেত্ৰতেই আজি কম্পিউটাৰৰ বহুল প্ৰয়োগ ঘটিছে। গতিকে, এই ক্ষেত্ৰত কম্পিউটাৰ শিক্ষাৰ প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি মই ABC Skill ত প্ৰশিক্ষণৰ বাবে নামভৰ্তি কৰিছিলো। আমি আশাবাদী এই অনুষ্ঠানটিয়ে এই অঞ্চলৰ লগতে সমগ্ৰ অসম তথা ভাৰতবৰ্ষৰ বাবে অনাগত দিনত শিক্ষাৰ ক্ষেত্ৰখনত এক নতুন মাত্ৰা দিয়ক - এই আশাৰে অনুষ্ঠানটিৰ দীৰ্ঘায়ু কামনা কৰিলো। ধন্যবাদ।।
নমস্কাৰ । মই ABC SKILL DEVELOPMENT COUNCIL ৰ 2023-24 বৰ্ষৰ এগৰাকী ছাত্ৰী। বৰ্তমান যুগতো ইন্টাৰনেট সেৱাৰ যুগ। সেয়েহে ইণ্টাৰনেটৰ যুগত Computer শিক্ষা, শিক্ষাগ্ৰহণৰ ক্ষেত্ৰত অতি আৱশ্যকীয় অংশ হৈ পৰিছে । ABC SKILL য়ে মোৰ শৈক্ষিক যাত্ৰাৰ প্ৰতিটো দিশতে সঁচাকৈয়ে মোৰ আশাক অতিক্ৰম কৰিছে। ব্যতিক্ৰমীভাৱে কম খৰচত, নামভৰ্তি মাচুল নোলোৱাকৈয়ে উচ্চমানৰ প্ৰশিক্ষণ প্ৰদানৰ প্ৰতি তেওঁলোকৰ দায়বদ্ধতা উল্লেখযোগ্যতকৈ কম নহয়। সহায়ক আৰু সমৃদ্ধিশালী পৰিৱেশত অত্যাৱশ্যকীয় জ্ঞান আৰু দক্ষতা আহৰণ কৰাৰ সৌভাগ্য মোৰ হৈছে। প্ৰশিক্ষকসকলৰ বিশেষজ্ঞতা আৰু নিষ্ঠাই মোৰ শিক্ষণ অভিজ্ঞতাক আকৰ্ষণীয় আৰু অন্তৰ্দৃষ্টিসম্পন্ন দুয়োটা দিশতে সহায় কৰিছে। শিক্ষাক সকলোৰে বাবে সুলভ কৰি তোলা এই প্ৰতিষ্ঠানৰ অভিযান প্ৰশংসনীয়, আৰু অনাগত দিনত শিক্ষাৰ ভৱিষ্যত গঢ় দিয়াত ই গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব বুলি মোৰ দৃঢ় বিশ্বাস। ইয়াত মই লাভ কৰা জ্ঞান আৰু দক্ষতাই মোক শক্তিশালী কৰাই নহয় সমগ্ৰ সমাজখনৰ বাবে আশা আৰু আশাবাদৰ ভাৱো জগাই তুলিছে। ABC SKILL ৰ এগৰাকী ছাত্ৰী হিচাপে মই নিশ্চিত যে এই প্ৰতিষ্ঠানটোৰ প্ৰভাৱ ইয়াৰ শ্ৰেণীকোঠাৰ বাহিৰলৈও প্ৰসাৰিত হ’ব। শেষত এই কেন্দ্ৰটোৱে আগবঢ়োৱা সুযোগৰ বাবে মই অবিশ্বাস্যভাৱে কৃতজ্ঞ আৰু আগন্তুক দিনত ই শিক্ষাৰ ক্ষেত্ৰত যি ইতিবাচক পৰিৱৰ্তন আনিব সেইয়া প্ৰত্যক্ষ কৰিবলৈ আগ্ৰহেৰে আগ্ৰহী। শেষত এই অনুষ্ঠানটোৰ দীৰ্ঘায়ু কামনাৰে ধন্যবাদ ।